karap ongakarazok

Karatowa river (English) [ IPA: [IPA] ASM: কৰটোৱা ৰিভাৰ]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-21
1. River(Proper Noun-Neuter) The river was western border of ancient kamrup. এই নদীখন প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম সীমা আছিল৷ বুৰঞ্জীত লেখামতে হিউৱেনচাং কৰতোৱা পাৰহৈ কামৰূপত সোমাইছিল৷